GK for Assam Competitive exam

১) অসমৰ প্ৰথম মুখ্য মন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

২) অসমৰ দ্বিতীয় মুখ্য মন্ত্ৰী জনৰ নাম কি?

উত্তৰ: বিষ্ণুৰাম মেধি ।

৩) আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ: স্বৰ্গদেও চুকাফা।

৪) আহোম বংশৰ শেষ ৰজা জনৰ নাম কি আছিল?

উত্তৰ: পুৰন্দৰ সিংহ।

৫)অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ: প্ৰাগজ্যোতিষপুৰ।

৬) ‘অ মোৰ আপোনাৰ দেশ’ কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ: বাঁহী আলোচনী(১৯০৯)

৭) হিমা দাস কি খেলৰ লগত জড়িত?

উত্তৰ: দৌৰ।

৮) কোন খন আন্দোলনত কনকলতা শ্বহীদ হৈছিল?

উত্তৰ: ভাৰত ত্যাগ আন্দোলন ।

৯) অসম ৰাজ্যিক সংগ্ৰহালয় কত অৱস্থিত?

উত্তৰ: দীঘলী পুখুৰী ,গুৱাহাটী।

৯)অসম মেডিকেল কলেজ কত অৱস্থিত?

উত্তৰ : ডিব্ৰুগড় ।

১০) নৰনাৰায়ণ সেতু সংযোগী জিলা দুখনৰ নাম?

উত্তৰ: গোৱাল পাৰা আৰু বঙাই গাও।

১১) ধপাত দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ: 4 মে ।

১২) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম কি?

উত্তৰ: আৰ্য ভট্ট

১৩) কৌটিল্য কাৰ ৰাজত্ব কালত ………….

উত্তৰ: চন্দ্ৰ গুপ্ত মৌৰ্য ।

১৪) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত?

উত্তৰ: আহমেদাবাদ, গুজৰাট।

১৫ ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন কৰা

হৈছিল?

উত্তৰ:১৯৭৪ চনত

১৬) প্ৰতিবছৰ কিমান তাৰিখে ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়?

উত্তৰ: ২২ ডিচেম্বৰ

১৭) অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ: আনোৱাৰা টাইমূৰ।

১৮) অসম সাহিত্য সভাৰ প্ৰথম খন অধিবেশন কত অনুষ্ঠিত হৈছিল?

উত্তৰ: শিৱসাগৰত(১৯১৭)

১৯) অসমত প্ৰথম ৰেল সেৱা কেতিয়া  আৰম্ভ হৈছিল?

উত্তৰ: ১৮৮২ চনত।

২০) প্ৰথম অসমীয়া সামাজিক নাটক খনৰ নাম কি?

উত্তৰ: ৰাম – নৱমী।

২১) অৰ্জুন বটা বিজয়ী দ্বিতীয় গৰাকী অসমীয়া কোন?

উত্তৰ:মনালিছা বৰুৱা।

Leave a Comment

error: Content is protected !!