১) অসমৰ প্ৰথম মুখ্য মন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
২) অসমৰ দ্বিতীয় মুখ্য মন্ত্ৰী জনৰ নাম কি?
উত্তৰ: বিষ্ণুৰাম মেধি ।
৩) আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ: স্বৰ্গদেও চুকাফা।
৪) আহোম বংশৰ শেষ ৰজা জনৰ নাম কি আছিল?
উত্তৰ: পুৰন্দৰ সিংহ।
৫)অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ: প্ৰাগজ্যোতিষপুৰ।
৬) ‘অ মোৰ আপোনাৰ দেশ’ কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উত্তৰ: বাঁহী আলোচনী(১৯০৯)
৭) হিমা দাস কি খেলৰ লগত জড়িত?
উত্তৰ: দৌৰ।
৮) কোন খন আন্দোলনত কনকলতা শ্বহীদ হৈছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলন ।
৯) অসম ৰাজ্যিক সংগ্ৰহালয় কত অৱস্থিত?
উত্তৰ: দীঘলী পুখুৰী ,গুৱাহাটী।
৯)অসম মেডিকেল কলেজ কত অৱস্থিত?
উত্তৰ : ডিব্ৰুগড় ।
১০) নৰনাৰায়ণ সেতু সংযোগী জিলা দুখনৰ নাম?
উত্তৰ: গোৱাল পাৰা আৰু বঙাই গাও।
১১) ধপাত দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: 4 মে ।
১২) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম কি?
উত্তৰ: আৰ্য ভট্ট
১৩) কৌটিল্য কাৰ ৰাজত্ব কালত ………….
উত্তৰ: চন্দ্ৰ গুপ্ত মৌৰ্য ।
১৪) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত?
উত্তৰ: আহমেদাবাদ, গুজৰাট।
১৫ ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন কৰা
হৈছিল?
উত্তৰ:১৯৭৪ চনত
১৬) প্ৰতিবছৰ কিমান তাৰিখে ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়?
উত্তৰ: ২২ ডিচেম্বৰ
১৭) অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ: আনোৱাৰা টাইমূৰ।
১৮) অসম সাহিত্য সভাৰ প্ৰথম খন অধিবেশন কত অনুষ্ঠিত হৈছিল?
উত্তৰ: শিৱসাগৰত(১৯১৭)
১৯) অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৮৮২ চনত।
২০) প্ৰথম অসমীয়া সামাজিক নাটক খনৰ নাম কি?
উত্তৰ: ৰাম – নৱমী।
২১) অৰ্জুন বটা বিজয়ী দ্বিতীয় গৰাকী অসমীয়া কোন?
উত্তৰ:মনালিছা বৰুৱা।