সাধাৰণ জ্ঞান ( শেহতীয়া কৈ)

১. শেহতীয়া কৈ বিশ্ব কাগজৰ বেগ দিৱস কেতিয়া পালন কৰা হৈছিল?

উত্তৰ: ১২ জুলাই।

২. শেহতীয়াকৈ আই পি এল ৰ আটাইতকৈ মূল্যৱান ফ্ৰেঞ্চাইজি কোন খন হৈ পৰিছে।

উত্তৰ: চেন্নাই চুপাৰ কিংছ।

৩. শেহতীয়া কৈ কোনখন দেশৰ প্ৰধান মন্ত্ৰীয়ে ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে?

উত্তৰ: থাইলেণ্ড ৰ প্ৰধান মন্ত্ৰী

৪. শেহতীয়া কৈ SBI Card ৰ MD & CEO হিচাপে কাক নিযুক্তি দিছে?

উত্তৰ: অভিজিত চক্ৰৱৰ্তী

৫.শেহতীয়া কৈ কত মুকলি কৰা হৈছে ভাৰতৰ প্ৰথম খন বৈদিক থিম পাৰ্ক?

উত্তৰ: নয়দা

৬. শেহতীয়াকৈ লিথুৱেনিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ: দেৱেশ উত্তম।

৭.শেহতীয়াকৈ কোনখন ৰাজ্যই শিক্ষক আন্তঃ পৃষ্ঠ ফৰ এক্সেলেঞ্চ কাৰ্য্যসূচী আৰম্ভ কৰিছে?

উত্তৰ: ৰাজস্থান।

৮. শেহতীয়াকৈ কোনখন দেশৰ সৈতে ভাৰতে টকাৰ দ্বিপাক্ষিক বাণিজ্য আৰম্ভ কৰিছে?

উত্তৰ : বাংলাদেশ।

Leave a Comment

error: Content is protected !!