১. শেহতীয়া কৈ বিশ্ব কাগজৰ বেগ দিৱস কেতিয়া পালন কৰা হৈছিল?
উত্তৰ: ১২ জুলাই।
২. শেহতীয়াকৈ আই পি এল ৰ আটাইতকৈ মূল্যৱান ফ্ৰেঞ্চাইজি কোন খন হৈ পৰিছে।
উত্তৰ: চেন্নাই চুপাৰ কিংছ।
৩. শেহতীয়া কৈ কোনখন দেশৰ প্ৰধান মন্ত্ৰীয়ে ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে?
উত্তৰ: থাইলেণ্ড ৰ প্ৰধান মন্ত্ৰী
৪. শেহতীয়া কৈ SBI Card ৰ MD & CEO হিচাপে কাক নিযুক্তি দিছে?
উত্তৰ: অভিজিত চক্ৰৱৰ্তী
৫.শেহতীয়া কৈ কত মুকলি কৰা হৈছে ভাৰতৰ প্ৰথম খন বৈদিক থিম পাৰ্ক?
উত্তৰ: নয়দা
৬. শেহতীয়াকৈ লিথুৱেনিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: দেৱেশ উত্তম।
৭.শেহতীয়াকৈ কোনখন ৰাজ্যই শিক্ষক আন্তঃ পৃষ্ঠ ফৰ এক্সেলেঞ্চ কাৰ্য্যসূচী আৰম্ভ কৰিছে?
উত্তৰ: ৰাজস্থান।
৮. শেহতীয়াকৈ কোনখন দেশৰ সৈতে ভাৰতে টকাৰ দ্বিপাক্ষিক বাণিজ্য আৰম্ভ কৰিছে?
উত্তৰ : বাংলাদেশ।