অসমীয়া  সাহিত্য

অসমীয়া সাহিত্য ৰ প্ৰশ্নোত্তৰ

১/ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা (১৯১৭) শিৱসাগৰ অধিবেশন।

/ অসম সাহিত্যসভাৰ দ্বিতীয় সভাপতি কোন আছিল?

উত্তৰ: চন্দ্ৰধৰ বৰুৱা (১৯১৮) গোৱালপাৰা অধিবেশন।

/ অসম সাহিত্য সভাৰ তৃতীয় সভাপতি কোন আছিল?

উত্তৰ: কালিৰাম মেধি(১৯১৯) বৰপেটা।

৪/ ২০২০ অধিবেশন ত অসম সাহিত্য সভাৰ সভপতি কোন আছিল?

উত্তৰ: কুলধৰ শইকীয়া( শুৱালকুছি)

৫/২০২২ ৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ: সূৰ্য্য হাজৰিকা। নলবাৰী অধিবেশন

৭/ অসম সাহিত্য সভাৰ প্ৰতি চিহ্ন কোনে ডিজাইন কৰিছিল?

উত্তৰ: যুগল দাস।

/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম খন কবিতা পুথি কোনখন?

উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ “বন ফুল” (১৯৫৫).

৯/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম উপন্যাস কোন খন?

উত্তৰ: Iyaruingam (ইয়াৰুইঙ্গম) ১৯৬১ (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ)।

১০/ কোনখন কিতাপ জ্ঞানপীঠ বটা লাভ কৰা প্ৰথম খন আছিল?

উত্তৰ: মৃত্যুঞ্জয় (১৯৬৫) (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

১১/ নীলমণি ফুকনে কিমান চনত জ্ঞানপীঠ বঁটা পাইছিল?

উত্তৰ : ২০২০ ( পদ্মশ্ৰী পাইছিল ১৯৯০ চনত)

১২/ সংগীত অকাডেমি বটা পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উত্তৰ : প্ৰতিমা পাণ্ডে বৰুৱা।

১৩/ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি?

উত্তৰ: দৈনিক বাতৰি!( ঠেঙ্গাল নামৰ ঠাইৰ পৰা যোৰহাটৰ পৰা প্ৰায় ২১ কিমি দূৰত) ১৯৩৫ ৰ ১২ আগষ্ট

১৪/অৰুণোদয় কাকত কেতিয়া প্ৰকাশিত হৈছিল?

উত্তৰ :১৮৪৬ চনত।

১৫/ ৰাম নৱমী” প্ৰথম আধুনিক অসমীয়া নাট কোনে ৰচনা কৰিছিল?

উত্তৰ: গুণাভিৰাম বৰুৱা( বিধবা পুনৰ বিবাহৰ উপৰত আছিল নাট খন ) ১৮৫৭ চনত লিখিছিল নাট খন আৰু প্ৰকাশিত হৈছিল ১৮৭০ চনত।

১৬/ প্ৰথম অসমীয়া চনেট কি আছিল?

উত্তৰ: হেম চন্দ্ৰ গোস্বামী এ লিখিছিল ( প্ৰিয়তমাৰ চিঠি)

১৭/ কাক উপন্যাস সম্ৰাট নামেৰে জনা যায়?

উত্তৰ: ৰজনী কান্ত বৰদলৈ।

১৮/ কাক ‘ভাঙনি কোৱৰ‘ বুলি জনা যায়?

উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা।

১৯/ অসম কেশৰী কাক কোৱা হয়?

উত্তৰ : অম্বিকাগিৰী ৰা়য়চৌধুৰী ।

২০/ বকুল নৰ কবি কাক কোৱা হয়?

উত্তৰ: আনন্দ চন্দ্ৰ বৰুৱা।

২১/ বিহগী কবি?

উত্তৰ: ৰঘুনাথ চৌধাৰী।

২২/ ভটিমা কবিতা কোনে ৰচনা কৰিছিল?

উত্তৰ : শ্ৰীমন্ত শঙ্কৰদেৱে।

২৩/ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ : ইন্দিৰা গোস্বামী। (১৯৪২-২০১১)

২৪/ মামণি ৰয়ছম গোস্বামী য়ে কিমান চনত পদ্মশ্ৰী বঁটা পাইছিল?

উত্তৰ: ২০০০ চনত।

২৫/ মামণি ৰয়ছম গোস্বামী এ কিমান চনত জ্ঞানপীঠ বটা পাইছিল ?

উত্তৰ: ২০০২ চনত।( তেওঁ ১৯৮৩ চনতে সাহিত্য অকাডেমি বঁটা পাইছিল)

২৬/ কাঠনিবাৰি ঘাট কিতাপ খন কোনে লিখিছিল?

উত্তৰ: মূহিম বৰা। ( ১৮৮৯ ত তেওঁ ডুমডুমা অধিবেশনত অসম সাহিত্য সভাৰ সভাপতি আছিল) ২০১১ চনত তেওঁ পদ্মশ্ৰী বঁটা পাইছিল আৰু ২০০১ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

২৭/ কোন জন অৰুণাচল ৰ ব্যক্তিয়ে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল?

উত্তৰ: Yashe Dorjee Thonchi

২৮/ অসম সাহিত্য সভাৰ সভাপতি কুল ধৰ শইকীয়া ই কিমান চনত সাহিত্য অকাডেমি বটা লাভ কৰিছিল?

উত্তৰ: ২০১৫ চনত।

২৯/ ‘ হাল যাৰ মাটি তাৰ ‘ এই শ্লোগান টো কোনে প্ৰদান কৰিছিল?

উত্তৰ: বিষ্ণু প্ৰসাদ ৰাভা।

৩০/ বিষ্ণু প্ৰসাদ ৰাভা ক কলা গুৰু উপাধি কোনে প্ৰদান কৰিছিল ?

উত্তৰ: সৰ্বপল্লী ৰাধকৃষ্ণনে!

৩১/ আধালেখা দস্তাবেজ কাৰ আত্ম জীৱনী?

উত্তৰ: ভবেন্দ্ৰ নাথ শইকীয়া।

৩২/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ: নলিনী বালা দেৱী। ( সহিত্য অকাডেমি বটা পাইছিল ১৯৬৮ চনত।

Leave a Comment

error: Content is protected !!