ভাৰতীয় শাস্ত্ৰীয় নৃত্য

সাধাৰণতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৮ প্ৰকাৰৰ । সকলো বোৰ শাস্ত্ৰীয় নৃত্যৰ বিষয়ে চমু আভাষ আলোচনা কৰা হল। ভাৰতনাট্যম ভাৰতনাট্যম : ভাৰতনাট্যম আমাৰ দক্ষিণ ভাৰত ৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে … Read more

error: Content is protected !!